पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অন্যায় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অন্যায়   বিশেষ্য

अर्थ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

उदाहरण : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

पर्यायवाची : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

अर्थ : ন্যায়হীন হোৱা অৱস্থা বা ভাব

उदाहरण : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

पर्यायवाची : অন্যায়-অত্যাচাৰ, ন্যায়হীনতা

অন্যায়   বিশেষণ

अर्थ : যিটো উচিত বা যুগুত নহয়

उदाहरण : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ

पर्यायवाची : অনুচিত, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল

चौपाल