पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অন্যায়-অত্যাচাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

अर्थ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

उदाहरण : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

पर्यायवाची : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

अर्थ : ন্যায়হীন হোৱা অৱস্থা বা ভাব

उदाहरण : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

पर्यायवाची : অন্যায়, ন্যায়হীনতা

चौपाल