सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरण : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
पर्यायवाची : অধম, অনুচিত, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
अर्थ : যিটো ঘৃণাৰ যোগ্য
उदाहरण : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
पर्यायवाची : কুৎসিত, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
इंस्टॉल करें