पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অপচয় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অপচয়   বিশেষ্য

अर्थ : হেৰুওৱা বা লোকচান ভৰা কার্য

उदाहरण : ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল

अर्थ : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য

उदाहरण : চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়

अर्थ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

उदाहरण : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

पर्यायवाची : ক্ষয়, হ্রাস

अर्थ : অনাহক আৰু অধিক খৰচ

उदाहरण : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

पर्यायवाची : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি

অপচয়   বিশেষণ

अर्थ : অনাহকত খৰচ কৰা

उदाहरण : অপচয়ৰ ধন কেতিয়াও ঘূৰি নাহে

चौपाल