सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
उदाहरण : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
पर्यायवाची : অখাজ, অখাদ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
अर्थ : অনুপযুক্ত আহাৰ
उदाहरण : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ
पर्यायवाची : কুপথ্য
अर्थ : যি হিতকৰ নহয় (আহাৰ)
उदाहरण : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়
अर्थ : যি পথ্য নহয়
उदाहरण : কুপথ্য ভোজন কৰা অনুচিত
अर्थ : যি খোৱাৰ যোগ্য নহয়
उदाहरण : এইটো অখাদ্য বস্তু
पर्यायवाची : অখাজ, অখাদ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
इंस्टॉल करें