अर्थ : আঁতৰোৱা বা পৃথক কৰা কার্য
उदाहरण :
ইয়াৰ অপসাৰণ জৰুৰী হৈ পৰিছে
अर्थ : কোনো ব্যক্তি বা বাক্যক কোনো ঠাইৰ পৰা আঁ্তৰাই বা উলিয়াই দিয়া কার্য
उदाहरण :
আপুনি ইয়াৰ অপসাৰণ কিয় কৰিছে
अर्थ : আঁতৰোৱা বা দূৰ কৰাৰ প্ৰক্ৰিয়া
उदाहरण :
ৰাস্তাত গোটখাই থকা জাবৰ-জোথৰবোৰ অপসাৰণ কৰা আৱশ্যক
पर्यायवाची : দূৰ কৰা