अर्थ : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
उदाहरण :
পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
पर्यायवाची : ্অপহৰণকর্তা
अर्थ : যাৰ পেছাই লুট-পাত কৰা বা মানুহক লুটা
उदाहरण :
অপহৰণকাৰীয়ে গোটেই বাছখন লুটিলে
अर्थ : অপহৰণ কৰা ব্যক্তি
उदाहरण :
অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
पर्यायवाची : অপহৰণ-কর্তা, ্অপহৰণকর্তা