अर्थ : চুৰ বা লুটপাত কৰিবৰ বাবে উপযোগী
उदाहरण :
চোৰে অপহৰণযোগ্য বস্তুবোৰৰ টোপোলাটো লৈ বাহিৰলৈ ওলাই গʼল
पर्यायवाची : অপহৰণযোগ্য
अर्थ : হৰণ বা লৈ লোৱাৰ যোগ্য
उदाहरण :
অপহৰণীয় বস্তুবোৰ দেখিও ্তেওঁ সংযমিত হৈ আছিল