सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ সীমা নাই
उदाहरण : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
पर्यायवाची : অপৰিসীম, অবাধ, অসীম, সীমাহীন
अर्थ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
उदाहरण : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
पर्यायवाची : অগাধ, অতল, অপৰিসীম
अर्थ : যাৰ ওচৰলৈ পৰা নাযায়
उदाहरण : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
पर्यायवाची : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
अर्थ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
उदाहरण : সৃষ্টি অপৰিমিত সম্পদৰ খনি
पर्यायवाची : অপৰিমিত, অমাপনীয়
इंस्टॉल करें