अर्थ : যি নি্র্ধাৰিত নহয়
उदाहरण :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
पर्यायवाची : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
अर्थ : যিটো আশা কৰা নহয়
उदाहरण :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
पर्यायवाची : অনাকাংক্ষিত
अर्थ : যি প্রত্যাশাৰ পৰা দূৰত
उदाहरण :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
पर्यायवाची : আশাতীত, প্রত্যাশাতীত