अर्थ : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
उदाहरण :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
पर्यायवाची : অল্পবিকশিত
अर्थ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
उदाहरण :
এই কামটো নতুন মানুহেও কৰিব পাৰে
पर्यायवाची : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু