सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
उदाहरण : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
पर्यायवाची : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়
अर्थ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
उदाहरण : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
पर्यायवाची : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
अर्थ : যি ্আশ্বর্য ্প্রকাশ কৰিছে
उदाहरण : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
पर्यायवाची : আচৰিত, স্তম্ভিত
अर्थ : যি একো নকয়
उदाहरण : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ
पर्यायवाची : চুপ, মৌন
इंस्टॉल करें