सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
उदाहरण : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
पर्यायवाची : অখাজ, অখাদ্য, অপথ্য, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
अर्थ : যি খোৱাৰ যোগ্য নহয়
उदाहरण : এইটো অখাদ্য বস্তু
पर्यायवाची : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
अर्थ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
उदाहरण : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
पर्यायवाची : খাব নোৱাৰা, খাব নোৱৰা, বেয়া
इंस्टॉल करें