अर्थ : জনা বা জ্ঞান হোৱাৰ অৱস্থা বা ভাব
उदाहरण :
মোৰ অভিজ্ঞতাৰ ফলতেই এই কামটো হʼল
पर्यायवाची : বিজ্ঞতা
अर्थ : কঠিনতাৰে কৰা বহুত ভাল কাম
उदाहरण :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
पर्यायवाची : দক্ষতা