पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অভিপ্রায় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অভিপ্রায়   বিশেষ্য

अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

उदाहरण : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

पर्यायवाची : কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি, মতলব

अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

पर्यायवाची : ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য, হেতু

अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

उदाहरण :

पर्यायवाची : অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

चौपाल