सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
उदाहरण : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
पर्यायवाची : গুচৰীয়া, ফৰিয়াদী
अर्थ : অভিযোগ কৰোতা ব্যক্তি
उदाहरण : জাজে অভিযোগকাৰীৰ পৰা প্রমাণ বিচাৰিলে
अर्थ : অভিযোগ কৰোঁতা
उदाहरण : অভিযোগকাৰী ৰামদুলাৰায়ে নিজৰ অভিযোগ উঠাই লʼলে
इंस्टॉल करें