सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এক হোৱা অৱস্থা বা ভাব:দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ পৰম কর্তব্য
उदाहरण :
पर्यायवाची : একতা, একত্ব, একাত্মতা, ঐকাত্ম্য, ঐক্য, ঐক্যবদ্ধতা, সংহতি
अर्थ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
उदाहरण : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
पर्यायवाची : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, একতা, একৰূপতা, ঐক্য, তুল্যতা, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
अर्थ : যি ভিন্ন নহয়
उदाहरण : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে
पर्यायवाची : অপৃথক, অভিন্ন
अर्थ : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
उदाहरण : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
पर्यायवाची : অচ্ছেদ্য, অভেদনীয়, অভেদ্য, দুর্ভেদ্য
इंस्टॉल करें