अर्थ : অসাৱধান হৈ থকা অৱস্থা বা ভাব
उदाहरण :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
पर्यायवाची : অসাৱধানতা
अर्थ : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
उदाहरण :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
पर्यायवाची : ধ্যানহীনতা