सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি কোনো কথা কʼবলৈ বা কাম কৰিবলৈ সংকোচবোধ নকৰে
उदाहरण : কবিৰ অভদ্র মানুহ আছিল
पर्यायवाची : অভদ্র, অশিষ্ট, অসভ্য, হুটা, ৰুঢ়
अर्थ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
उदाहरण : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
पर्यायवाची : অপৰিষ্কৃত, অসংস্কৃত
इंस्टॉल करें