अर्थ : ক্ষমতাহীন বা অক্ষম হোৱা অৱস্থা বা ভাব
उदाहरण :
অক্ষমতাৰ কাৰণে ৰামুৰ সৈতে এই কাম কৰিব পৰা নগʼল
पर्यायवाची : অক্ষমতা, অসমর্থ্্তা, সামর্থহীনতা
अर्थ : অযোগ্য হোৱা অৱস্থা বা ভাব
उदाहरण :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
पर्यायवाची : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অসামর্থ্য