सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো বহুতেই কম
उदाहरण : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
पर्यायवाची : অকণমান, অলপমান, অলপীয়া, স্বল্প
अर्थ : সংখ্যাত তাকৰ
उदाहरण : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
पर्यायवाची : অলপমান
अर्थ : যিটো হিচাপতকৈ কম
उदाहरण : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
पर्यायवाची : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
अर्थ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
उदाहरण : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
पर्यायवाची : কম, ন্যূন
इंस्टॉल करें