सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি লিপিবদ্ধ নহয়
उदाहरण : শ্যামে অলিখিত লোককথাবোৰ লিপিবদ্ধ কৰি জনমানসৰ আগত দাঙি ধৰিলে
पर्यायवाची : অলিপিবদ্ধ
अर्थ : যি লিখিত নহয় কিন্তু প্রথাৰ ওপৰত আধাৰিত
उदाहरण : এই ক্লাবটোত কিছুমান অলিখিত নিয়ম আছে
इंस्टॉल करें