सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
उदाहरण : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
पर्यायवाची : আগচালি, বাৰাণ্ডা, বেলকনি
अर्थ : কʼলা ৰঙৰ এবিধ পতংগ
उदाहरण : ভোমোৰাই ফুলৰ ওপৰত উৰি আছে সুৰদাসে ভ্রমৰক লৈ ভ্রমৰগীত লিখিছিল
पर्यायवाची : অলি, দ্বিৰেফ, ভৃঙ্গ, ভোমোৰা, ভ্রমৰ, ভ্রমৰক
इंस्टॉल करें