पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অশান্তি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অশান্তি   বিশেষ্য

अर्थ : অনির্ণীত পৰিস্থিতিত মনৰ মাজত হোৱা উগুল-থুগুল ভাব

उदाहरण : পৰস্পৰ বিৰোধী ভাবৰ কাৰণে তেওঁৰ মনত অশান্তি হৈ আছে

पर्यायवाची : চাঞ্চল্য, ্অশাঁতি

अर्थ : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

उदाहरण : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

पर्यायवाची : উদ্বেগ, ক্ষোভ

अर्थ : আমনি দিয়া কথা আদি

उदाहरण : আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব

अर्थ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

उदाहरण : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

पर्यायवाची : বিহ্বলতা, মানসিক চাপ

चौपाल