अर्थ : যি অশ্রুৰে পৰিপূর্ণ
उदाहरण :
তেওঁৰ ্ ৰাম-কাহিনী শুনি মোৰ চকু চলচলীয়া হৈ পৰিল
पर्यायवाची : অশ্রুকাতৰ, অশ্রুপূর্ণ, অশ্রুভৰা, অশ্রুযুক্ত, অশ্রুসজল, অশ্রুসিক্ত, অশ্রুৰুদ্ধ, গলদশ্রু, চলচল, চলচলীয়া, ঢুলঢুলীয়া, বাষ্পাকুল, সজল