अर्थ : অসম ৰাজ্যৰ ভাষা
उदाहरण :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
पर्यायवाची : অসমীয়া ভাষা
अर्थ : অসম ৰাজ্যৰ অধিবাসী
उदाहरण :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
अर्थ : অসম ৰাজ্যৰ নিবাসী
उदाहरण :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
अर्थ : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
उदाहरण :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
अर्थ : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
उदाहरण :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
अर्थ : অসমত থকা বা বসতি কৰা
उदाहरण :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত