अर्थ : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
उदाहरण :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
पर्यायवाची : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
अर्थ : অযোগ্য হোৱা অৱস্থা বা ভাব
उदाहरण :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
पर्यायवाची : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা