पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অস্ত্র शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অস্ত্র   বিশেষ্য

अर्थ : যি হাথিয়াৰৰ দ্বাৰা কোনো বস্তু দলিওৱা হয়

उदाहरण : তোপ, বন্দুক, ধনু আদিবোৰ অস্ত্র

अर्थ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

उदाहरण :

पर्यायवाची : অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ, হাথিয়াৰ

अर्थ : শত্রুৰ ওপৰত পেলাই চলোৱা হাথিয়াৰ

उदाहरण : কাঁড় এবিধ অস্ত্র

पर्यायवाची : প্রহৰণ

अर्थ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

उदाहरण : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

पर्यायवाची : হাতিয়াৰ, হাথিয়াৰ

चौपाल