सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অভিমান কৰা ব্যক্তি
उदाहरण : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
पर्यायवाची : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
अर्थ : অহংকাৰ দেখুৱাওতা
उदाहरण : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
पर्यायवाची : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
अर्थ : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
उदाहरण :
पर्यायवाची : ্ গর্বী, ্ দর্পী
अर्थ : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
उदाहरण : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
पर्यायवाची : আত্ম-প্রশংসক
इंस्टॉल करें