अर्थ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
उदाहरण :
पर्यायवाची : আগমন কৰা, উপস্থিত হোৱা, পোৱা
अर्थ : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
उदाहरण :
বসন্তকাল আহিল
अर्थ : ক্রয় কৰি কোনো বস্তু লাভ কৰা
उदाहरण :
সোমবাৰে আমাৰ নতুন গাড়ী আহিব