पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অৰবিন্দ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অৰবিন্দ   বিশেষ্য

अर्थ : সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ

उदाहरण : লʼৰা-ছোৱালীবোৰে খেলা কৰি কৰি সৰোবৰৰ পদুমবোৰ উঘালি আছে

पर्यायवाची : অব্জ, অম্বুজ, অম্ভোজ, ইন্দিবৰ, উৎপল, কমল, কমলিনী, কহ্লাৰ, কুবলয়, কুমুদ, কুমুদী, কুৱলয়, কৈৰব, নলিন, নলিনী, নীৰজ, পংকজ, পঙ্কজ, পদুম, পদ্ম, পদ্মিনী, পুণ্ডৰীক, পুষ্কৰ, শতদল, সলিলজ, সৰসিজ, সৰোজ, সৰোৰুহ, ্শ্রীপর্ণ, ৰাজীৱ

अर्थ : পানীত হোৱা এবিধ ধুনীয়া ফুল

उदाहरण : সৰোবৰত বহুতো পদুম ফুলি আছে

पर्यायवाची : অব্জ, অম্বুজ, অম্ভোজ, ইন্দিবৰ, উৎপল, কমল, কহ্লাৰ, কুবলয়, কুমুদ, কৈৰব, নলীন, পংকজ, পদুম, পদুম ফুল, পদ্ম, পুণ্ডৰীক, শতদল, শতপত্র, শ্রীপর্ণ, সলিলজ, সৰোজ, ৰাজীৱ

चौपाल