पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অৱনতি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অৱনতি   বিশেষ্য

अर्थ : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব

उदाहरण : শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে

पर्यायवाची : ন্যূনতা

अर्थ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

उदाहरण : বেয়া গুণে মানুহৰ পতন ঘটায়

पर्यायवाची : অধঃপতন, অধঃপাত, অধোগমন, চ্যুতি, পতন

अर्थ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

उदाहरण : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

पर्यायवाची : অধঃপতন, অধঃপাত, পতন, স্খলন

चौपाल