सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেধৰণৰ কোনো কাম কৰা বা কথা কোৱা কার্য ্ যিয়ে কাৰোবাৰ মান-সন্মান আৰু প্রতিষ্ঠাত আঘাত হানে
उदाहरण : ৰামে শ্যামৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিলে
पर्यायवाची : মানহানি
अर्थ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
उदाहरण : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
पर्यायवाची : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
इंस्टॉल करें