सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
उदाहरण : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
पर्यायवाची : অৱশেষ, বাকী
अर्थ : অদৰকাৰী বুলি ভাবি পেলাই দিয়া পদার্থ
उदाहरण : কাৰখানাৰ অৱশিষ্টবোৰে নদীৰ পানী প্রদূষিত কৰে
अर्थ : ব্যৱহাৰত নহাৰ কাৰণে ৰাহি হোৱা অংশ
उदाहरण : অৱশিষ্ট আহাৰখিনি ঢাকি ৰাখা
पर्यायवाची : অৱশেষ, থাকি হোৱা
इंस्टॉल करें