सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ কোনো আকাৰ নাই
उदाहरण : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল
पर्यायवाची : অৱয়ববিহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন
अर्थ : যাৰ শৰীৰ নাই
उदाहरण : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
पर्यायवाची : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
इंस्टॉल करें