पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আঁতৰি যোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আঁতৰি যোৱা   ক্ৰিয়া

अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

उदाहरण : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

पर्यायवाची : আঁ্তৰা, ফটা, ফাটি যোৱা

अर्थ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

उदाहरण : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

पर्यायवाची : এৰা, এৰি দিয়া, ত্যাগ কৰা

अर्थ : দূৰ হোৱা

उदाहरण : ডাৱৰ আঁতৰি গʼল

पर्यायवाची : আঁ্তৰা

चौपाल