पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আঁতৰোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আঁতৰোৱা   ক্ৰিয়া

अर्थ : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

उदाहरण : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

पर्यायवाची : আঁতৰ ্কৰা, পৃথক কৰা, বেলেগ কৰা

अर्थ : দূৰত বা পৃথক কৰি থোৱা

उदाहरण : কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে

पर्यायवाची : আঁ্তৰাই থোৱা

अर्थ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

उदाहरण : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

पर्यायवाची : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া

अर्थ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া

उदाहरण : চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা

अर्थ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা

उदाहरण : কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে

पर्यायवाची : পদচ্যুত কৰা, বর্খাস্ত কৰা

चौपाल