पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আই शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আই   বিশেষ্য

अर्थ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ

उदाहरण : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়

पर्यायवाची : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা

अर्थ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন

उदाहरण : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক

पर्यायवाची : আইতা

अर्थ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া

उदाहरण : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন

पर्यायवाची : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ

अर्थ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ

उदाहरण : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে

पर्यायवाची : বসন্ত ৰোগ, সৰুআই

चौपाल