सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
उदाहरण : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
पर्यायवाची : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
अर्थ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
उदाहरण : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
पर्यायवाची : আইতা
अर्थ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
उदाहरण : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
पर्यायवाची : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ
अर्थ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
उदाहरण : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
पर्यायवाची : বসন্ত ৰোগ, সৰুআই
इंस्टॉल करें