सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
उदाहरण : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
पर्यायवाची : আকাশী ৰং
अर्थ : বতাহ বা হাৱাত হোৱা
उदाहरण : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
पर्यायवाची : বতাহী
अर्थ : আকাশৰ ৰঙৰ বা পাতল নীলা
उदाहरण : শ্যামে আকাশী কামিজ পিন্ধি আছিল
अर्थ : আকাশৰ সৈতে সম্পর্কিত
उदाहरण : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
पर्यायवाची : আকাশৰ
इंस्टॉल करें