पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আঘাত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আঘাত   বিশেষ্য

अर्थ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

उदाहरण : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

पर्यायवाची : দুখ

अर्थ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ

उदाहरण : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে

अर्थ : মৰা কার্য

उदाहरण : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল

पर्यायवाची : পিতন, প্রহাৰ, মাৰ

अर्थ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

उदाहरण : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

पर्यायवाची : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ

चौपाल