सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাতৰ আঙুলিৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে থকা বিস্তাৰৰ এক জোখ
उदाहरण : লিখাৰ সময়ত দুটা শ্্ব্দৰ মাজত এক আঙুল ফাঁক ৰাখা
पर्यायवाची : আঙুল, আঙ্গুল
अर्थ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
उदाहरण : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
पर्यायवाची : অঙ্গুল, অঙ্গুলি, অঙ্গুষ্ঠ, আঙুল, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
इंस्टॉल करें