सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জোৰেৰে চিঞৰা বা মতা
उदाहरण : মাকে ভোজন কৰিবৰ বাবে পুতেকক আটাহ পাৰিলে
पर्यायवाची : চিঞৰি মতা
अर्थ : বিপদ আদিৰ সময়ত বা এনেয়ে জোৰকৈ কোৱা বা শ্্ব্দ কৰা
उदाहरण : কুকুৰনেচীয়া বাঘটোক দেখি ভেড়াৰখীয়াটোৱে বচোৱা-বচোৱা বুলি চিঞৰ মাৰিলে
पर्यायवाची : চিঞৰ মৰা, হাল্লা কৰা
इंस्टॉल करें