सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ভয় কৰি আছে
उदाहरण : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল
पर्यायवाची : ত্রস্ত, ভয়াতুৰ, সন্ত্রস্ত
अर्थ : ভয়তে মনে মনে থকা বা যি ভয় খাইছে
उदाहरण : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল
पर्यायवाची : ত্রস্ত
अर्थ : যি ভয় খাইছে
उदाहरण : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
पर्यायवाची : অলপ-ধতুৱা, ত্রস্ত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
इंस्टॉल करें