सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজ কুলৰ লোক
उदाहरण : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
पर्यायवाची : কুটুম, কুটুম্ব, পৰিজন
अर्थ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
उदाहरण : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
पर्यायवाची : আত্মীয়-স্বজন, আপোন
अर्थ : একেখন ঘৰৰে মানুহ
उदाहरण : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
पर्यायवाची : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
अर्थ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
उदाहरण : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
पर्यायवाची : নিজৰ
अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
उदाहरण : মনোহৰজী মোৰ আপোন খুৰা
पर्यायवाची : আপোন, পৰিজন, স্বজন
इंस्टॉल करें