पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আদা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আদা   বিশেষ্য

अर्थ : এবিধ উদ্ভিদৰ চনচনীয়া আৰু জ্বলা সোৱাদৰ গাঁঠি থকা মূল

उदाहरण : আদা ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা হয়

अर्थ : মছলা হিচাপে ব্যৱহাৰ কৰা ঠেঙুলি থকা কন্দৰ এবিধ ঔষধি উদ্ভিদ আৰু যাৰ সোৱাদ জ্বলা

उदाहरण : আদাৰ মূল স্বাস্থ্যৰ কাৰণে ভাল

पर्यायवाची : আদাৰ গছ

अर्थ : শুকুৱাই থোৱা আদা:শুকান আদা স্বাস্থ্যৰ কাৰণে ভাল

उदाहरण :

पर्यायवाची : আদা-গুড়ি, শুকান আদা

चौपाल