सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
उदाहरण : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
पर्यायवाची : অনুজ্ঞা, অনুমতি, আজ্ঞা
अर्थ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
उदाहरण : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
पर्यायवाची : অনুজ্ঞা, আজ্ঞা, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
अर्थ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
उदाहरण : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
पर्यायवाची : অনুজ্ঞা, আজ্ঞা, হুকুম
इंस्टॉल करें