पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আধাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আধাৰ   বিশেষ্য

अर्थ : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়

उदाहरण : আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি

अर्थ : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়

उदाहरण : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত

पर्यायवाची : অৱলম্বন, আশ্রয়

अर्थ : কিবা ৰাখিবৰ কাৰণে মানুহ তৈয়াৰ কৰি লোৱা বস্তু

उदाहरण : তেওঁ কুকুৰটোক মাটিৰ পাত্রত গাখীৰ খুৱাই আছে

पर्यायवाची : আধান, ধাৰক, নিধান, পাত্র, ভাণ্ড

अर्थ : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান

उदाहरण : আপুনি মোক কি আধাৰত এনেদৰে কৈছে

আধাৰ   বিশেষণ

अर्थ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

उदाहरण : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

पर्यायवाची : বুনিয়াদ, মূল

चौपाल