सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
उदाहरण : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
पर्यायवाची : নতুন, নবীনতম, নৱ, লেটেষ্ট
अर्थ : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
उदाहरण : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
पर्यायवाची : অপ্রাচীন, নবীন, ্অর্বাচীন
इंस्टॉल करें