पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আপোন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আপোন   বিশেষ্য

अर्थ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

उदाहरण : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

पर्यायवाची : আত্মীয়, আত্মীয়-স্বজন

আপোন   বিশেষণ

अर्थ : বহুত ওচৰৰ বা বহুত কাষৰ

उदाहरण : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে

पर्यायवाची : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়

अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

उदाहरण : মনোহৰজী মোৰ আপোন খুৰা

पर्यायवाची : আত্মীয়, পৰিজন, স্বজন

चौपाल