पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আমনি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আমনি   বিশেষ্য

अर्थ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

उदाहरण : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

पर्यायवाची : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি

अर्थ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

उदाहरण : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

पर्यायवाची : বিৰক্তি

अर्थ : বিৰক্তিৰ অৱস্থা বা ভাৱ

उदाहरण : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

पर्यायवाची : বিৰক্তি

चौपाल